Online Application For Original Certificate

  • Learner whose final results were declared between 01/01/2021 to 31/12/2022 and cleared all the semester examinations can apply.
  • STEPS TO COMPLETE THE ONLINE APPLICATION FORM
    Step 1:
    Register using the "Create Account" process. The email ID and mobile number used for registration must be valid and functional and should preferably belong to the applicant. Communications will be done only to the registered email address or mobile number.

    "Create Account" প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পঞ্জীয়ন কৰক। পঞ্জীয়নৰ বাবে ব্যৱহৃত ইমেইল আইডি আৰু ম'বাইল নম্বৰ বৈধ আৰু কাৰ্যকৰী হ'ব লাগিব আৰু আবেদনকাৰীৰ হোৱা বাঞ্ছনীয় । যোগাযোগ কেৱল পঞ্জীভুক্ত ইমেইল ঠিকনা বা ম'বাইল নম্বৰত কৰা হ'ব।

    Step 2:
    After Registration you will be able to login using the user name and password sent to you in your registered email and mobile number.The User name and password will be valid for entire process. You can retrieve the password from "Forgot Password" option.

    পঞ্জীয়নৰ পিছত আপুনি আপোনাৰ পঞ্জীভুক্ত ইমেইল আৰু ম'বাইল নম্বৰত আপোনালৈ প্ৰেৰণ কৰা user name আৰু Password ব্যৱহাৰ কৰি Login কৰিবলৈ সক্ষম হ'ব।user name আৰু Password সম্পূৰ্ণ ি প্ৰক্ৰিয়াৰ বাবে বৈধ হ'ব। আপুনি "Forgot Password" বিকল্পৰ পৰা পাছৱৰ্ডটো উদ্ধাৰ কৰিব পাৰে

    Step 3:
  • Enter Personal Details.

    ব্যক্তিগত বিৱৰণ সম্পূৰ্ণ কৰক

  • Upload Required Documents

    যাৱতীয় নথি-পত্ৰ আপলোড কৰক ৷

  • Preview & Pay the Fee of Rs 535/- Online.

    আপলোড কৰা তথ্য/নথি-পত্ৰ পুনৰীক্ষণ কৰক আৰু 535 মাচুল জমা দিয়ক ৷

  • After Successful Payment download the Receipt

    মাচুল জমা দিয়া হৈ যোৱাৰ পাছত receipt ডাউনলোড কৰক ৷

  • PLEASE ENSURE THAT YOU HAVE THE FOLLOWING DOCUMENTS READY:
    Scanned copy of - (The file size should be less than 500 KB in jpg/jpeg/png format)

    অনুগ্ৰহ কৰি আপুনি নিম্নলিখিত নথিপত্ৰসমূহৰ স্কেন কপি সাজু কৰক ৷ (প্ৰতিটো ফাইলৰ আকাৰ 500KB, JPEG, PNG হ'ব লাগিব ৷)


    • Full name in assamese language, written on plain paper .

      প্লেইন পেপাৰত লিখা সম্পূৰ্ণ অসমীয়া নাম

    • PWD(Divyangjan)Certificate (If Applicable).

      বিশেষভাৱে সক্ষমতাৰ প্ৰমাণ পত্ৰ (প্ৰয়োজন সাপেক্ষে) লগতে

    You also need-
    • Debit/Credit Card or Netbanking

      অনলাইন ধন জমা দিয়াৰ বাবে ডেবিট বা ক্ৰেডিট কাৰ্ড অথবা নেট-বেংকিং

    • Wallet/UPI Like Phone Pay, Google Pay,WhatsApp Pay etc.

      Wallet/UPI যেনে Phone Pay, Google Pay,WhatsApp Pay আদি।

    Having problems with registration:-
    • Payments Issues

      পেমেণ্টৰ সমস্যাংকিং

    • Missing data

      তথ্য নোহোৱা হৈছে

    • Incorrect data.

      ভুল তথ্য।

    Please submit a request Click Here

    অনুগ্ৰহ কৰি তলত দিয়া লিংকটোত অভিযোগ পঞ্জীয়ন কৰক Click Here

  •   I have read the above instructions carefully.I declare that information and documents submitted are correct and authentic. The application will be cancelled in case any misinformation and/or invalid documents is detected at any stage and fee paid will not be refunded.   মই ওপৰোক্ত নিৰ্দেশনাবোৰ সাৱধানে পঢ়িছোঁ। মই ঘোষণা কৰোঁ যে দাখিল কৰা তথ্য আৰু নথিপত্ৰবোৰ শুদ্ধ আৰু প্ৰামাণিক। যিকোনো পৰ্যায়ত কোনো ভুল তথ্য আৰু/বা অবৈধ নথিপত্ৰ চিনাক্ত হ'লে বাতিল কৰা হ'ব আৰু পৰিশোধ কৰা মাচুল ঘূৰাই দিয়া নহ'ব।
  •   My final results were declared between 01/01/2021 to 31/12/2022 and I have cleared all the semester examinations.
  • মোৰ চূড়ান্ত ফলাফল 01/01/2021 ৰ পৰা 31/12/2022-ৰ ভিতৰত ঘোষণা কৰা হৈছিল আৰু মই সকলো ছেমিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছো।